‘গ্ৰন্থবৰ্ষ ২০২৫’ উপলক্ষে ‘যুৱ লেখক সন্মান’
‘যুৱ লেখক সন্মান’ৰ বাছনি তালিকাত অন্তৰ্ভুক্ত হোৱা যুৱ লেখক-লেখিকাসকলক অহা ২৪ ডিচেম্বৰ, ২০২৫ তাৰিখে বিয়লি ৪ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘অসম গ্ৰন্থমেলা’ প্ৰাংগণত মাননীয় মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এই ‘যুৱ লেখক সন্মান’ৰ ধনৰাশি প্ৰদান কৰিব। নিৰ্বাচিত যুৱ লেখক-লেখিকাক ‘অসম গ্ৰন্থমেলা’ প্ৰাংগণত এই নিৰ্দ্ধাৰিত সময়ৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল।
Please click the download link to download the Selected Young Writer List for Yuva Lekhak Sanman 2025