আপুনিও হ'ব পাৰে গুড অসমৰ বেটুপাত আৰু লিখনি সমূহৰ মডেল। Good Assam Model
By Good Assam
আপুনিও হ'ব পাৰে গুড অসমৰ বেটুপাত আৰু লিখনি সমূহৰ মডেল। দৈনিক ই-আলোচনী গুড অসমৰ ৱেবছাইটত আৰু ফেচবুক পেজত থাকিব আপোনাৰ ফটোখন। বাচনি কৰা ফটোখনহে এমাহৰ বাবে বেটুপাতত থাকিব। বাকি ফটো সমূহ বিভিন্ন সৌন্দৰ্য্য বিষয়ক লিখনি বা অন্যান্য লিখনিত প্ৰকাশ পাব।
এই সংখ্যাৰ বিশেষ লিখনি সমূহ:
⬜ বেটুপাতৰ মডেল হ'বলৈ নিয়ম সমূহ:
• আপোনাৰ ফটোখন Edit কৰা হ'ব নালাগিব। Makeup কৰিব।
• আমালৈ ২ খন ফটো ইমেইল বা তলত দিয়া Photo Send (1) বা (2) যোগে পঠিয়াব লাগিব। নিজৰ নাম ঠিকনা আৰু পাৰিলে ফোন নম্বৰ উল্লেখ কৰিব। ইমেইল আইডি - goodassam@hotmail.com ।
(1) [Photo:Send]
(2) Send Photo
• কেৱল ৰেজিষ্ট্ৰেচন কৰা ফটোহে গ্ৰহণযোগ্য হ'ব।
• এই বাচনি প্ৰক্ৰিয়া প্ৰতি মাহে থাকিব, অৰ্থাৎ আপুনি প্ৰতি মাহে ভাগ ল'ব পাৰিব। ৰেজিষ্ট্ৰেচন fees মাথো 350 টকা। বাচনি হ'লে ফেচবুক পেজ আৰু আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হ'ব।
• গুড অসমে পুৰস্কাৰ দিয়াৰ ব্যৱস্থাও কৰিছে। বাচনি হোৱা মডেল গৰাকীলৈ গুড অসমৰ তৰফৰ পৰা থাকিব এটি আকৰ্ষণীয় উপহাৰৰ টোপোলা।
• বয়স ১৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ'ব লাগিব।
• পুৰুষ-মহিলা উভয়ে এই শিতানত ভাগ ল'ব পাৰিব।
• অধিক তথ্যৰ বাবে আপুনি ফেচবুক পেজখন লাইক কৰিবলৈ নাপাহৰিব আৰু গুড অসম প্ৰতিদিনে পঢ়িবলৈ নাপাহৰিব।
গুড অসম ই-আলোচনী পঢ়িবলৈ Visit কৰিব :
www.GoodAssam.Online